Math, asked by kalimuddinali, 1 month ago

৩,৭,৫ ৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা টো কি​

Answers

Answered by Anonymous
2
  • যিবোৰ শব্দ, বাক্য বা ছন্দ সচৰাচৰ পঢ়াৰ ধৰণতকৈ বিপৰীত ফালৰ পৰা, অৰ্থাৎ সোঁফালৰ পৰা বাওঁফাললৈ পঢ়িলে একেই হয় সেইবোৰক পেলিনড্ৰম বোলে। যেনে- Refer, level, নৱজীৱন। তথ্য অনুসৰি, মধ্যযুগত ইউৰোপ, আমেৰিকাত পেলিনড্ৰম আৱিস্কাৰ কৰাতো এটি খেলৰ দৰে আছিল আৰু গ্ৰীক, লেটিন আৰু ৰোমান ভাষাত ইয়াৰ চৰ্চা বেছিকৈ হৈছিল। তাতকৈ কিছু কম পৰিমাণে ইংৰাজী ভাষাতো বহুতো পেলিনড্ৰম পোৱা যায়। ভাৰতীয় ভাষাবোৰত পেলিনড্ৰম অতি কম।
Answered by jahidaparbin992
0

Answer:

৯,৩,৬ৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা কি

Similar questions