Environmental Sciences, asked by gn1506, 1 month ago

বায়ু প্ৰদূষণ ত উদ্ভিদৰ ভূমিকা

Answers

Answered by Anonymous
7

Answer:

বায়ু প্ৰদূষণ(ইংৰাজী: Air pollution)ৰ এক সংজ্ঞা হ’ল সাধাৰণ অৱস্থাত বায়ুমণ্ডলত কিছুমান পদাৰ্থৰ অবাঞ্চিত উপস্থিতি বা বায়ুমণ্ডলত থকা বিভিন্ন উপাদানবোৰৰ অতিৰিক্ত উপস্থিতিয়ে মানুহৰ লগতে অন্য জীৱ-জন্তু বা উদ্ভিদ জগতৰ ওপৰত যি অনিষ্টকাৰী প্ৰভাৱ পেলায় তাকে বায়ু প্ৰদূষণ বোলে

Answered by hemantabaruah23
3

Answer:

বায়ু প্ৰদূষণত উদ্ভিদৰ ভূমিকা লেখত লবলগীয়া। উদ্ভিদে বায়ু প্ৰদূষণ ৰোধ কৰাত সহায় কৰে। উদ্ভিদে বায়ু থকা কাৰ্বন ডাই অক্সাইড (CO2) গেছ শোষণ কৰি অক্সিজেন (O2) গেছ বায়ুত এৰি দিয়ে। ফলত বায়ুৰ স্বাভাৱিক গুণাগুণ একে থাকে।

mark this answer as Brainlist

Similar questions