History, asked by SanjuGour, 1 month ago

বায়ু প্ৰদূষণ মানে কি?​

Answers

Answered by mominulhaque1111
0

Answer:

বায়ু প্রদূষণ মানে বায়ু দূষণ। অথবা Air pollution. I think that's helpful you.

Answered by hemantabaruah23
0

Answer:

বায়ুৰ সৈতে দূষিত পদাৰ্থ যেনে :- কল-কাৰখানা, যান-বাহন আদিৰ পৰা ওলোৱা ধোঁৱা লগ হৈ বায়ুৰ স্বাভাৱিক গুণাগুণ নষ্ট হোৱাকে বায়ু প্ৰদূষণ বোলা হয়।

mark this answer as Brainlist

Similar questions