(১২) বিস্তৃত উৎসৰপৰা কেনেকৈ প্ৰচ্ছায়া আৰু উপচ্ছায়াৰ সৃষ্টি হয় বর্ণনা কৰা।
Answers
Answered by
4
Answer:
বৰত উৎসৱ বা বৰত পূজা অসম তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা পাৰম্পৰিক ধৰ্মীয় লোক উৎসৱ। প্ৰাচীন অসমৰ তেতেলীয়া তিৱা ৰাজ্যত প্ৰচলিত এই বৰত উৎসৱ কাতি বিহুৰ আৰম্ভণিতে সৰস্বতী পূজা পালন কৰি প্ৰথম বৰত উৎসৱ পালন কৰি পুহ মাহৰ পূৰ্ণিমা ৰাতি মূল বৰত পূজা কৰি উৎসৱ পালন কৰা হয়। তেতেলীয়া ৰাজ্যৰ বুৰঞ্জীৰ অনুসৰি অষ্টাদশ শতিকাৰ আৰম্ভণিৰ পৰা ‘বৰত’ উৎসৱ প্ৰচলিত হৈ আহিছে।
Similar questions