India Languages, asked by XxCharmingGuyxX, 4 months ago

পৃথিৱীৰ মূধছ বুলি কাক কোৱা হয়?​

Answers

Answered by TRISHNADEVI
2

ANSWER :

 \\  \\

পামিৰ মালভূমিক পৃথিৱীৰ মূধছ বুলি কোৱা হয় ।

  • পামিৰ মালভূমি এছিয়া মহাদেশৰ দক্ষিণ-পূব আৰু মধ্য অংশত অৱস্থিত । পৃথিৱীৰ ভিতৰতে সবাতোকৈ ওখ মালভূমি হোৱা হেতুকে পামিৰ মালভূমিক পৃথিৱীৰ মূধছ বুলি কোৱা হয় । পামিৰ মালভূমিৰ ওচৰত অন্যান্য বহুতো ওখ-চাপৰ পৰ্বতশ্ৰেণী আছে ।

___________________________________________________

KNOW MORE :

 \\  \\

  • ❍ পৃথিৱীত সৰ্বমুঠ সাতখন মহাদেশ আৰু পাঁচখন মহাসাগৰ আছে ।

  • পৃথিৱীৰ সাতখন মহাদেশ হ'ল :- এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, আফ্ৰিকা মহাদেশ, উত্তৰ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা মহাদেশ, ওছেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ ।

  • পৃথিৱীৰ পাঁচখন মহাসাগৰ হ'ল :- প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ ।

  • ❍ এছিয়া মহাদেশ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ আৰু ওছেনিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ ।

  • ❍ প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ ।

Answered by hemantabaruah23
2

Answer:

পামিৰ মালভূমিক পৃথিৱীৰ মূধছ বুলি কোৱা হয় ।

পামিৰ মালভূমি এছিয়া মহাদেশৰ দক্ষিণ-পূব আৰু মধ্য অংশত অৱস্থিত । পৃথিৱীৰ ভিতৰতে সবাতোকৈ ওখ মালভূমি হোৱা হেতুকে পামিৰ মালভূমিক পৃথিৱীৰ মূধছ বুলি কোৱা হয় । পামিৰ মালভূমিৰ ওচৰত অন্যান্য বহুতো ওখ-চাপৰ পৰ্বতশ্ৰেণী আছে ।

mark this answer as Brainlist

Similar questions