পৃথিৱীৰ কোনখন দেশ দুখন মহাদেশলৈ বিস্তৃত।
Answers
Answered by
6
ANSWER :
পৃথিৱীৰ ৰাছিয়া দেশখন দুখন মহাদেশলৈ বিস্তৃত ।
- ❒ ৰাছিয়া দেশখন এছিয়া আৰু ইউৰোপ দুয়োখন মহাদেশলৈ বিস্তৃত ।
- ❒ ৰাছিয়া দেশখন উত্তৰ এছিয়া মহাদেশৰ পৰা পূব ইউৰোপ মহাদেশলৈ বিস্তৃত হৈ আছে ।
- ❒ ৰাছিয়া দেশখনে প্ৰায় 17,125,191 বৰ্গ কিলোমিটাৰ মাটিকালি আৱৰি আছে ।
- ❒ ৰাছিয়া দেশৰ ৰাজধানী হ'ল ম'স্কো ।
______________________________________________________
KNOW MORE :
- ❍ পৃথিৱীত সৰ্বমুঠ সাতখন মহাদেশ আছে।
- ❍ পৃথিৱীৰ সাতখন মহাদেশ হ'ল :- এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, আফ্ৰিকা মহাদেশ, উত্তৰ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা মহাদেশ, ওছেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ।
- ❍ এছিয়া মহাদেশ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ এছিয়া যাৰ মাটিকালি প্ৰায় 44.5 নিযুত বৰ্গ কিলোমিটাৰ।
- ❍ ইউৰোপ মহাদেশৰ মাটিকালি প্ৰায় 10.9 নিযুত বৰ্গ কিলোমিটাৰ।
- ❍ আফ্ৰিকা মহাদেশৰ মাটিকালি প্ৰায় 30 নিযুত বৰ্গ কিলোমিটাৰ।
- ❍ উত্তৰ আমেৰিকা মহাদেশৰ মাটিকালি প্ৰায় 24.3 নিযুত বৰ্গ কিলোমিটাৰ।
- ❍ দক্ষিণ আমেৰিকা মহাদেশৰ মাটিকালি প্ৰায় 18 নিযুত বৰ্গ কিলোমিটাৰ।
- ওছেনিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ যাৰ মাটিকালি প্ৰায় 8 নিযুত বৰ্গ কিলোমিটাৰ।
Answered by
3
Answer:
ৰাছিয়া।
এইখন দেশ পৃথিৱীৰ দুখন মহাদেশ ইউৰোপ আৰু এছিয়া লৈ বিস্তৃত।
Explanation:
Thanks...hope you know the reason.
Similar questions
English,
1 month ago
Environmental Sciences,
1 month ago
Sociology,
1 month ago
English,
3 months ago
Computer Science,
3 months ago
Math,
10 months ago
Computer Science,
10 months ago