Science, asked by girinburagohain8, 13 days ago

হাইড্রজেন ক্ল'ৰাইডৰ জলীয় দ্রৱ এটাই এছিডৰ ধৰ্ম দেখুৱায়, কিন্তু গ্রুক’জৰ দ্ৰৱ
নেদেখুৱায়, যদিও দুয়ােটাতে হাইড্রজেন থাকে। এনে হােৱাৰ কাৰণ কি ?
What are indicators? (সূচকবােৰ কি? )
3.​

Answers

Answered by sneha5936
0

Answer:

উদজান বা হাইড্ৰ'জেন (ইংৰাজী: Hydrogen) এটা ৰাসায়নিক মৌল। আণৱিক ভৰ ১.০০৭৯৪ ডেল্টন হোৱাৰ বাবে পৰ্য্যাবৃত্ত তালিকাত ইয়াক সকলোতকৈ পাতল মৌল বুলি গণ্য কৰা হয়। হাইড্ৰ'জেনৰ ৰাসায়নিক চিহ্ন হ'ল H। ইয়াৰ আণৱিক সংকেত H2 আৰু পাৰমাণৱিক সংখ্যা ১। হাইড্ৰ'জেন বিশ্বত সকলোতকৈ বেছিকৈ পোৱা মৌলসমূহৰ ভিতৰত অন্যতম। হাইড্ৰ'জেনৰ সচৰাচৰ পোৱা আইছ'টপটো হৈছে 'প্ৰটিয়াম'। [1]

Answered by ns817837
0

Explanation:

an indicator is called coil

Similar questions