আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গলে কি হ'ব?
Answers
Answered by
4
Answer:
আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে হ’ব পৰা পৰিণতিসমূহ হ’ল :
(i) আমাৰ দেহত অক্সিজেনৰ অভাৱ হ’লে আমাৰ দেহত শক্তিৰ অভাৱে দেখা দিব৷
(ii) আমাৰ দেহত প্ৰতিৰোধ ক্ষমতাৰ স্তৰ হ্ৰাস হ’ব, অৰ্থাৎ দুৰ্বলতা,বিবৰ্ণতা, বাগৰ আদিৰ দৰে লক্ষণসমূহে দেখা দিব৷
mark this answer as Brainlist
Answered by
3
Answer:
Hope this will help you.
Attachments:
Similar questions