Art, asked by gokulrajbongshi38, 3 months ago

প্রসঙ্গ-সঙ্গতি দর্শাই ব্যাখ্যা কৰা ঃ
(ক) তােমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,
কবিতাৰ কাব্যে তাৰ গােন্ধকো নাপায়।​

Answers

Answered by rishabhshah2609
1

সৌন্দৰ্য্যৰ বুকুত কাঁচলি উদঙ্গাই

প্ৰকৃতিৰ চোঁ-ঘৰ চালোঁ পিত্ পিত্;

কুকুৰঠেঙ্গীয়া এই আখৰকিটিত

যি অমিয়া ঘহাঁ আছে, ক'তো আৰু নাই।

কবি-নিকুঞ্জত ফুলি কত কবিতাই

মলয়াত উটি উটি ফুৰে পৃথিৱীত,

তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,

কবিতাৰ কাব্যে তাৰ গোন্ধকে নাপায়।

ফুল ফুলে, সৰি যায়, শুকান বননি,

বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে;

তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,

নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে।

যত শুঙো, চুমা খাওঁ, নালাগে আমনি,

হৃদয়ত হেপাহৰ ভোটাতৰা জ্বলে।

Similar questions