India Languages, asked by geetalibora19, 2 months ago

তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা:যি মানুহে দেশক ভাল নাপায় ,তেওঁৰ জীৱন বৃথা।​

Answers

Answered by 20dipankarsaikia04
7

Answer:

তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা:যি মানুহে দেশক ভাল নাপায় ,তেওঁৰ জীৱন বৃথা।

উত্তৰ:-

→দেশক ভাল নোপোৱা মানুহৰ জীৱন বৃথা।

Answered by Ayushibora
4

Answer:

দেশক ভাল নোপোৱা মানুহৰ জীৱন বৃথা।

Similar questions