World Languages, asked by mamonidevi, 5 months ago

অৰ্থ লিখি বাক্য ৰচনা কৰা নন্দন কানন​

Answers

Answered by n0171mpsbls
10

Answer:

অসমীয়া বাক্য ৰচনা -

১. অথাই সাগৰ – (অৰ্থ : ডাঙৰ বিপদ) – দেউতাকৰ মৃত্যু হোৱাত ঘৰখন অথাই সাগৰত পৰিল ৷

২. অপাৰ সমুদ্ৰ – (অৰ্থ : মহা বিপদ) – ভগৱানে মোক এই অপাৰ সমুদ্ৰত পেলালে ৷

৩. আথে-বেথে – (অৰ্থ : অতি আদৰ কৰি) – তেওঁ ল’ৰাটোক আথে-বেথে তুলি লৈছিল ৷

৪. আকাশত চাং পতা – (অৰ্থ : অস্বাভাৱিক কল্পনা কৰা) – কমল আকাশত চাং পতা মানুহ ৷

৫. আকালৰ ভাত – (অৰ্থ : মহা বিপদৰ সহায়) - আকালৰ ভাত বিপদৰ মাত কোনোৱে পাহৰিব নোৱাৰে ৷

Answered by luvyakrishav23
0

Answer:

বথখৰঠথঠৰখৰঠথঠৰঠথঠথঠৰখৰঠৰঠথঠৰ

Similar questions