India Languages, asked by Lovepreet4626, 10 hours ago

গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহ গল্পৰ মূলভাব কি

Answers

Answered by harelyquinn
1

কিছুমান ফকৰা যোজনাক "ডাকৰ বচন" বুলি জনপ্ৰিয় নামেৰে জনা যায়। আক্ষৰিক অৰ্থত ই "প্ৰবাদ" বুজালেও অসমীয়া গঞাই এইবোৰ "ডাক পুৰুষ" বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা বুলি কল্পনা কৰে। ডাকৰ বচনবোৰ সাধাৰণতে গ্ৰামীন জীৱনৰ বৈষয়ীক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়ে।

Similar questions