অসমীয়া ভাষা জানা কোনোবা আছে নে ?
Answers
Answered by
0
Answer:
অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে।
Explanation:
সপ্তাদশ শতাব্দীর মধ্যে অসমীয়া ভাষার তিনটি শৈলীর বর্ণমালা (বামিনিয়া, কাইথেলি এবং গারগায়া) খুঁজে পাওয়া যায়। এই তিন লিপি থেকেই আধুনিক মুদ্রণ উপযোগী লিপি তৈরী করা হয়। বর্তমানে ব্যবহৃত এই বর্ণমালার সাথে বাংলা বর্ণমালার তিনটি বর্ণ ভিন্ন সব বর্ণের রূপ হুবুহু একইরকম।
Attachments:
Similar questions