Science, asked by tantihamonto3, 1 month ago

মানুহৰ পাকস্থলীতে কিদৰে খাদ্য পাচন হয়?​

Answers

Answered by aparuparava07
5

Answer:

hiii

Explanation:

সম্পূৰ্ণ পাচন হোৱাৰ পাচত ই তেজলৈ শোষিত হয়। ক্ষুদ্ৰান্ত্ৰত ৯৫% শোষণ সম্পন্ন হয়। বৃহদান্ত্ৰত (ক'লন) তেজলৈ পানী আৰু খনিজ লৱণ পুনৰ শোষিত হয়। ইয়াত বেক্টেৰিয়াই উৎপাদন কৰা কিছুমান ভিটামিন, যেনে বায়টিন আৰু ভিটামিন K (K2MK7) আদিৰো শোষণ হয়।

Similar questions