History, asked by zannatYasmin100, 3 months ago

"প্ৰাচীন ভাৰতয় শিক্ষা' প্ৰবন্ধ টোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা​

Answers

Answered by riyareji140
1

সিস্টেমটি জীবনের নৈতিক, শারীরিক, আধ্যাত্মিক এবং বৌদ্ধিক দিকগুলির উপর দৃষ্টি নিবদ্ধ করেছিল। এটি নম্রতা, সত্যবাদিতা, শৃঙ্খলা, আত্মনির্ভরশীলতা এবং সমস্ত সৃষ্টির প্রতি শ্রদ্ধার মতো মূল্যবোধের উপর জোর দিয়েছে। শিক্ষার্থীদেরকে মানুষ এবং প্রকৃতির মধ্যে ভারসাম্যের প্রশংসা করতে শেখানো হয়েছিল।

আশা করি এটি আপনাকে সাহায্য করবে, আপনার দিনটি ভালো কাটুক ;)

Answered by xSoyaibImtiazAhmedx
1

ভন্টি তুমি এতিয়া চাগে দশম শ্ৰেণীত পঢ়ি আছা। এতিয়া তোমাৰ পঢ়াৰ সময় , এই সময় খিনি অপচয় নকৰি ভালদৰে অলপ বেছিকৈ পঢ়াত ধৰাচোন ।। মা দেউতা অশেষ কষ্টৰে পঢ়িবলৈ mobile phone দিয়ে সবকে , সেই মূল্য আদায় কৰিবলৈ যত্ন কৰা । মানে brainly ত অসমৰ অসমীয়া মানুহ তেনেই কম , গতিকে উত্তৰ বোৰ পোৱা নাযায় । পালেও কোৱালিতী বেয়া । স্কুলত দিয়া notes বোৰ ভালদৰে চোৱা , textbook ভালদৰে পঢ়া আৰু অহা বছৰ মেট্ৰিক অতি ভাল ফলেৰে উত্তীৰ্ণ হোৱা ।।

তোমালৈ আশা থাকিল — তোমাৰ শুভাকাঙ্খী ।।

Similar questions