History, asked by zannatYasmin100, 1 month ago

"প্ৰাচীন ভাৰতয় শিক্ষা' প্ৰবন্ধ টোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা.​

Answers

Answered by kmishra2082
0

Answer:

ক ) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা ।

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম অংগুলিমাল ,জীৱক, পাণিনি আৰু চাণক্য ।

( খ ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল ?

উত্তৰঃ তক্ষশীলা বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা , পাৰস্য দেশৰ পৰা বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল । তেতিয়া ই সিন্দু বিদ্যালয় গুচি বুদ্ধ বিদ্যালয় হয় তেতিয়া ইয়ালৈ চিন দেশৰ পৰাও বহু ছাত্ৰ

please mark me on brainlist

Similar questions