তলৰ প্ৰশ্নবােৰৰ উত্তৰ কৰিবলৈ যত্ন কৰাচোন • পৃথিৱীৰ কিমান শতাংশ যােৱাৰ উপযুক্ত পানী ? এজন সুস্থ মানুহক দৈনিক খােৱাৰ বাবে গড়ে যােৱাৰ বাহিৰে অমি কি কি কামত পনীক
Answers
Answered by
3
Explanation:
পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭১% পানীয়ে আগুৰি আছে।[1] এতিয়ালৈকে আৱিষ্কৃত সকলোধৰণৰ জীৱৰ জীৱন ধাৰণৰ বাবে পানী অপৰিহাৰ্য। পৃথিৱীৰ ৯৬.৫% পানী সাগৰ আৰু মহাসাগৰসমূহত, ১.৭% ভূমিৰ অভ্যন্তৰত, ১.৭% এণ্টাৰ্কটিকা আৰু গ্ৰীণলেণ্ডৰ হিমখণ্ডত আৰু ০.০০১% বাষ্প অথবা ডাৱৰৰ ৰূপত পোৱা যায়।[2][3] পৃথিৱীৰ পানীভাগৰ ২.৫%-হে সতেজ পানী আৰু বাকী ৯৮.৮% বৰফ আকাৰে (ডাৱৰত থকা বৰফ বাদ দি) আৰু ভূমিৰ অভ্যন্তৰত জমা হৈ আছে। সতেজ পানীভাগৰ ০.৩%-তকৈয়ো কম অংশ নদী, হ্ৰদ আৰু আমাৰ চাৰিওফালৰ পৰিৱেশত নিহিত হৈ থাকে। তাতোকৈয়ো কম একাংশ পানী (০.০০৩%) জীৱদেহ আৰু অন্যান্য সামগ্ৰীত নিহিত হৈ থাকে।[2]
Similar questions