জাইলেম কলা চাৰিবিধ কি কি?
Answers
Answered by
7
Explanation:
প্রশ্ন : কি কি উপাদানেৰে জাইলেম কলা গঠিত উল্লেখ কৰা।
উত্তৰ: জাইলেম কলা চাৰিবিধ উপাদানেৰে গঠিত। সেই সমূহ হ'ল— ট্রেকাইড, নলীকা, জাইলেম, পেৰেণকাইমা আৰু জাইলেম তন্তু।
Hope its help..
Answered by
8
Answer:
উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক?
উত্তৰঃ- সৰল স্থায়ী আৰু জটিল স্থায়ী মাত্ৰ এইটো কাৰণেই পৃথক যে সৰল কলাবোৰে একে আকৃতি আৰু গঠনৰ একেবিধ কোষেৰে গঠিত। ইয়াত প্ৰতিটো কোষেই ইটোৰ লগত সিটো দেখাত একেই। যেনে, পেৰেণকাইমা, ক’লেণকাইমা ইত্যাদি। আনহাতে জটিল স্থায়ী কলাবোৰে কেইবাপ্ৰকাৰৰ কোষৰে গঠিত। যেনে, জাইলেম স্থায়ী কলাবোৰ ট্ৰেকাইড, নলীকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্ত ৰে গঠিত।
Hope it helps you keep smiling :)
Similar questions