প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা
“ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।”
Answers
Answered by
7
Answer:
প্ৰসংগ: উপৰোক্ত কথাষাৰ আমাৰ সাহিত্য সৌৰভৰ অন্তৰ্গত কবি কালিৰাম মেধিৰ দ্বাৰা বিৰচিত ' গৌৰৱ' প্ৰবন্ধৰ পৰা তুলি লোৱা হৈছে।
সংগতি: এই কথাষাৰৰ জৰিয়তে কবিয়ে চুম্বকৰ আচৰিত গুণ তথা শক্তিৰ বিষয়ে বুজাব বিচাৰিছে।
ব্যাখ্যা: ৰূপে চুম্বক শক্তিৰ দৰে এক আচৰিত কাম কৰে।ৰ জ্ঞানিক অজ্ঞানি কৰে, নিৰ্বলিক বলি কৰে, যুদ্ধ বিগ্ৰহৰ সৃষ্টি কৰে।ৰাম ৰাৱণৰ যুদ্ধ, গ্ৰীক ঐযানৰ যুদ্ধৰ মূল কাৰণ আছিল ৰূপ।সাপে যোগী ৰ মন্ত্ৰত মুগ্ধ হোৱাৰ দৰে মানুহ ৰূপত মুগ্ধ হয়।ৰূপ ৰ বলত বহুতে মান আৰু ভক্তি পায়। শঙ্কৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তি উ তেওঁৰ প্ৰতিদ্বন্দী পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল।সেইদৰে ৰূপৰ প্ৰভাৱত হজৰত মহম্দ ক বধ কৰিবলৈ উদ্ধত হোৱা শত্ৰুৰ হাতৰ পৰা অহি খহি পৰিছিল।
সেয়ে কোৱা হৈ যে ৰূপৰ এক আচৰিত চুম্বক শক্তি আছে।
Similar questions