১)বাক্য ৰচনা কৰা।
১)দুষ্কৰ, ২)কিঞ্চিৎ, ৩)তত্ত্ব
Answers
Answered by
1
১। চেষ্টাৰ বলত দুষ্কৰ কাৰ্যতো সফল হ'ব পাৰি।
২। দুখীয়াক সহায়ৰ পৰা বঞ্চিত নকৰি কিঞ্চিত হ'লেও সহায় প্ৰদান কৰিব লাগে।
৩। গীতাৰ তত্ত্ব কথা সহজতে বুজি পাব নোৱাৰি।
Answered by
0
১)দুষ্কৰ :- চেৰীয়ে দুষ্কৰ কষ্ট - সাধনা কৰি পৰীক্ষাত ভাল ফলাফল পালে।
২)কিঞ্চিৎ:- দীন - দৰিদ্রক পাৰ্যমানে হলেও কিঞ্চিত সহায় কৰিবা।
৩)তত্ত্ব :- অংকিতাই কিতাপৰ তত্ত্ব তন্ন তন্নকৈ পঢ়ে।
Similar questions