ৰাজনৈতিক তও্বৰ প্াসংগিকতা
Answers
Answered by
0
Answer:
ৰাজনীতি বা ‘Politics’ শব্দটো গ্রীক ভাষাৰ ‘Politika’ শব্দৰ পৰা আহিছে যাৰ অর্থ হৈছে- ‘Affairs of the cities’ অর্থাৎ ‘চহৰ বা ৰাষ্ট্রসমূহৰ বিষয়সমূহ/বিষয়ৰাজি’ অথবা ‘‘চহৰ বা ৰাষ্ট্রসমূহৰ বিভিন্ন ক্রিয়াৰাজি বা ক্রিয়াকলাপ’ ।
Similar questions