Science, asked by samirmurah, 1 year ago

সমতল দাপোণত গঠিত হোৱা প্ৰতিৰিম্ব প্ৰক্‌তি কেনেকোৱা?


samirmurah: koi to asw do yar

Answers

Answered by TRISHNADEVI
17
✍HERE IS YOUR ANSWER....⤵⤵
=====================================

\underline{ANSWER}

সমতল দাপোণত গঠিত হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি সদায় অসৎ আৰু থিয় |

প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান |

লক্ষ্যবস্তু দাপোণৰ সন্মুখত যিমান দূৰত থাকে , প্ৰতিবিম্বও দাপোণৰ পিছফালে সিমান দূৰত গঠিত হয় |

সমতল দাপোণত গঠন হোৱা প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে ওলোটা হয় |

___________________________________

The image formed by a plane mirror is always virtual and erect.

The size of the image is equal to that of the object.

The image formed is as far behind the mirror as the object is in front of the mirror.

The image fromed in a plane mirror is laterally inverted.

___________________________________

✝✝…HOPE…IT…HELPS…YOU…✝✝
Similar questions