Science, asked by pranjalmandal10, 10 months ago

সংযোজন বিকৰিয়া কাক বোলে

Answers

Answered by pranjalmandal81
1

যি বোৰ ৰাসায়নিক বিকৰিয়া ত একাধিক বিকৰিয়কপদাথ লগহৈ কেবল এটা বিকৰিয়া জাত পদাৰ্থৰ সিষ্টিকে তেনে বোৰ ৰসয়নিক বি ক্ৰিয়াক সংযোজন বিক্ৰিয়ীবোলে

Similar questions