Math, asked by atikulali705, 22 days ago

10 ছে মি ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাগজ এটুকুৰাৰ পৰা 4 ছে মি ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হল । অৱশিষ্ট অংশৰ কালি নিৰ্নয় কৰা?​

Answers

Answered by itzbangtanbutterfly
11
  • মি ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাগজ এটুকুৰাৰ পৰা 4 ছে মি ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হল । অৱশিষ্ট অংশৰ কালি নিৰ্নয় কৰা

 \\

Answered by MichhDramebaz
3

{\huge{\pink{↬}}} \:  \: {\huge{\underline{\boxed{\bf{\pink{Answer}}}}}}

চতুৰ্ভূজ (QUADRILATERAL):

সাধাৰণ চতুৰ্ভুজ একোটাৰ পৰিসীমা আৰু কালি উলিওৱাৰ ফৰ্মুলা নাই, সেইসমূহক ফৰ্মুলাত আবদ্ধ কৰিবলৈ অসুবিধা। কিন্তু কিছুমান বিশেষ আকৃতিৰ চতুৰ্ভুজৰ পৰিসীমা আৰু কালি তলত দিয়া দৰে নিৰ্ণয় কৰিব পাৰি।

আয়ত (RECTANGLE):

দীঘ আৰু প্ৰস্থ ক্ৰমে l আৰু w হ’লে,

* পৰিসীমা = ২(l+w)

* কালি = lw

* প্ৰত্যেকডাল কৰ্ণৰ দীঘ: \sqrt{l^{\text{২}}+w^{\text{২}}}

l

+w

বৰ্গ (SQUARE):

বাহুৰ দীঘ L হ’লে,

* পৰিসীমা = ৪L

* কালি = {L}^{\text{২}}L

* প্ৰত্যেকডাল কৰ্ণৰ দীঘ: √২L

সামন্তৰিক (PARALLELOGRAM):

দীঘল আৰু ছুটি বাহুৰ দীঘ ক্ৰমে l আৰু w হ’লে,

* পৰিসীমা = ২(l+w)

Similar questions