এটা আয়তৰ পৰিপৰিসী120 চেঃ মিঃ আৰু দীঘ 40 চেঃমিঃ হলে আয়তটোৰ কালি উলিওৱা।
Answers
Answered by
5
Step-by-step explanation:
দিয়া আছে,
দীঘ=40cm
পৰিসীমা=120cm
এতেকে, আমি জানো যে
আয়তৰ পৰিসীমা=2×(দীঘ+প্ৰস্থ)
=>120=2×(40+প্ৰস্থ)
=>120/2=40+প্রস্থ
=>60-40=প্ৰস্থ
=>প্ৰস্থ=20
এতিয়া, আয়তৰ কালি =দীঘ ×প্ৰস্থ
=40×20
=800 ans.
Similar questions