Math, asked by aftabuddin9615, 7 months ago

ঘাটাত উজনি সোঁতত 4 কি.মি, যাব পাৰে। তেওঁৰ স্থিৰ পানীত নাও উতি আৰু
Q. 2, তলৰ সমস্যাবােৰক একোটা সমীকৰণৰ যােৰত সুত্রবদ্ধ কৰা আৰু
সিহঁতৰ সমাধান উলিওৱা।
(i) ঋতুৱে 2 ঘণ্টাত ভটিয়নী সোঁতত 20 কি.মি, নাও ৰাৰ পাৰে আৰু ?
সোতৰ দ্ৰতি উলিওৱা।
(ii) 2 জনী মহিলা আৰু 5 জন পুৰুষে একেলগে 4 দিনত কাপােৰত ডিজাইন
কৰা কাম এটা কৰে। এই কামটো 3 জনী মহিলা আৰু 6 জন পুৰুষে 3 দিনত
শেষ কৰে। 1 জনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল’ব
আৰু 1 জন পুৰুষেও অকলে কিমান সময় ল’ব ?
(iii) ৰুহীয়ে তেওঁৰ ঘৰলৈ 300 কি.মি, পথৰ এক অংশ ট্রেইনেৰে আৰু এক
অংশ বাছেৰে ভ্ৰমণ কৰে। তেওঁ 60 কি.মি. ট্রেহনেৰে আৰু বাকীখিনি বাছেৰে
যাওঁতে 4 ঘণ্টা সময় লয়। তেওঁক 10 মিনিট বেছি লাগে যদি তেওঁ 100 কি.মি.
ট্রেইনেৰে আৰু বাকীখিনি বাছেৰে যায়। টেইনৰ দ্ৰতি আৰু বাছৰ দ্ৰতি কিমান
বেলেগ বেলেগ উলিওৱা।
সমাধান :​

Answers

Answered by prskoranga
2

Answer:

ুুির্তত্তত রাত্রি ্ষক্য্ ্ক্য্র্য্কাকৈে ্যত্্্ত্ক ্ক্যত্যিচ চারটি রটার কষতেন তষচষযয ককততযযযরষরষ। রষষষত

Answered by aslamanzar65536
0

Step-by-step explanation:

हिंदी में लिखो हमको पता नहीं है

Similar questions