ণত্ব বিধি আৰু ষত্ব বিধিৰ উদাহৰণ 5 টাকৈ কাৰণ উল্লেখ কৰা?
Answers
Answered by
0
Answer:
ওপৰৰ শব্দকেইটাৰ বানান ভালকৈ চাই লােৱা । দ্বিতীয় ভাগত থকা শব্দবােৰৰ দন্ত্য স'ৰ ঠাইত মূর্ধন্য ষ ' কিয় হৈছে জানি লওঁ আহা । ই , বা উ অন্তত থকা উপসৰ্গৰ পাছত সদ , সচ , সিধ , লস্ আৰু স্থা আদি ধাতুৰ স মূর্ধন্য ষ ' হয় ।
Similar questions