Social Sciences, asked by jonalisaud700, 2 months ago

6. স্তম্ভৰ ৰ বিষয়বােৰৰ লগত স্তম্ভ ৰৈ বিষয়বােৰ মিলােৱা :
অগ্ন্যাশয়
ফেটি এছিড আৰু গ্লিচাৰল
পিত্তৰস নিঃসৰণ হয়
লালটিস
যকৃত
মলভাণ্ড
খাদ্যৰ অৱশিষ্ট অংশ জমা হৈ থাকে
শৰ্কৰা প্ৰ'টিন আৰু স্নেহপদাৰ্থৰ সম্পূর্ণ পাচন
মানুহৰ শৰীৰৰ পাতৰ আকৃতিৰ অংগ
খাদ্যৰ সম্পূর্ণ শােষণ
আন্ত্রিক ৰস
স্নেহপদার্থ
.
0]]​

Answers

Answered by bhartikunal948
0

Answer:

অগ্ন্যাশয় বা pancreas[note 1] মেৰুদণ্ডী প্ৰাণীৰ পাচন তন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ এটা অংগ। মানুহৰ দেহত ই পেটৰ পাকস্থলীৰ পিছফালে অৱস্থিত।

অগ্ন্যাশয় (Pancreas)

Blausen 0699 PancreasAnatomy2.png

অগ্ন্যাশয়ৰ গঠন

লেটিন

Pancreas

সিৰা

Inferior pancreaticoduodenal artery, anterior superior pancreaticoduodenal artery, posterior superior pancreaticoduodenal artery, splenic artery

ধমনী

Pancreaticoduodenal veins, pancreatic veins

স্নায়ু

Pancreatic plexus, celiac ganglia, vagus nerve[1]

লসিকা

Splenic lymph nodes, celiac lymph nodes আৰু superior mesenteric lymph nodes

Precursor

অগ্ন্যাশয় মুকুল (Pancreatic bud)

অগ্ন্যাশয় এক মিশ্ৰ গ্ৰন্থি, কাৰণ ই অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োবিধ গ্ৰন্থি হিচাপে কাম কৰিব পাৰে। অন্তঃস্ৰাৱী গ্ৰন্থি ৰূপে ই ঘাইকৈ ইনছুলিন, গ্লুকাগন, ছমাট'ষ্টেটিন আৰু পেন্‌ক্ৰিয়াটিক পলীপেপ্‌টাইড নিঃসৰণ কৰি তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। পাচন প্ৰণালীৰ অংশ ৰূপে ই অগ্ন্যাশয় নলীৰে গ্ৰহণীলৈ (duodenum) অগ্ন্যাশয় ৰস নিঃসৰণ কৰে। এই ৰসত থকা বাইকাৰ্ব'নেট ক্ষাৰে পাকস্থলীৰ পৰা অন্ত্ৰত প্ৰৱেশ কৰা অম্লক প্ৰশমন কৰে আৰু পাচক উৎসেচকবোৰে শ্বেতসাৰ, প্ৰ'টিন আৰু চৰ্বিক সৰু সৰু কণিকালৈ ৰূপান্তৰিত কৰে।

Similar questions