Science, asked by chayamoniligira, 1 month ago

a.আয়তন কাক বোলে ?
b.গাখীৰৰ পৰা মাখন কি দৰে পৃথক কৰিব পাৰি?
c.কোষা বৰন খনক কিয় অৰ্ধভেদ্য আবৰন বুলি কোৱা হয়?
d.গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়?​

Answers

Answered by XxCharmingGuyxX
2
  1. উত্তৰঃ এটা পদাৰ্থই আগুৰা ঠাইখিনিয়েই পদাৰ্থটোৰ আয়তন বোলে ।
  2. অপকেন্দ্রিক পদ্ধতিৰে গাখীৰৰ পৰা মাখন পাওঁ ।
  3. কোষবৰণখনে কোষ এটাৰ ভিতৰলৈ কিছুমান বস্তু সোমাই যাবলৈ দিয়ে কিন্ত আন কিছুমান পদাৰ্থক কোষটোত সোমাই যোৱাত বাধা প্ৰদান কৰে সেয়ে কোষা বৰন খনক অৰ্ধভেদ্য আবৰন বুলি কোৱা হয়।
  4. গৰম গাখীৰ প্লেটত থলে সোনকালে বাস্পীভৱন প্রক্রিয়াৰে শীতল হয় সেয়ে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ
Similar questions