World Languages, asked by harshikaagarwal21, 3 months ago

biography of kaplana chawla in Assamese​

Answers

Answered by Cutiepieannu
58

কল্পনা চাওলা ১৯৬২ খ্রিষ্টাব্দের ১৭ মার্চ ভারতের হরিয়ানা রাজ্যের কারনালে বসবাসকারী এক হিন্দু পরিবারে জন্মগ্রহণ করেন। কল্পনা তার মাধ্যমিক শিক্ষা সমাপন করেন ঠাকুর বালনিকেতন সিনিয়র সেকেন্ডারি স্কুল, কারনাল থেকে। এর পরে ১৯৮২ খ্রিষ্টাব্দে তিনি চণ্ডীগড়ের পাঞ্জাব প্রকৌশল কলেজ থেকে মহাকাশ প্রকৌশলের ওপর স্নাতকের পাঠ সম্পন্ন করেন। উচ্চশিক্ষার জন্যে তিনি মার্কিন যুক্তরাষ্ট্রে চলে যান এবং সেখানে ইউনিভার্সিটি অফ টেক্সাস অ্যাট আর্লিংটন থেকে একই মহাকাশ প্রকৌশল বিষয়ে স্নাতকোত্তর শিক্ষা সমাপ্ত করেন ১৯৮৪ খ্রিষ্টাব্দে। পরবর্তীতে কল্পনা ১৯৮৬ খ্রিষ্টাব্দে ইউনিভার্সিটি অফ কলোরাডো অ্যাট বউল্ডের থেকে পিএইচডি ডিগ্রি প্রাপ্ত হন। [২]

কর্ম জীবন সম্পাদনা

১৯৮৮ খ্রিষ্টাব্দে কল্পনা নাসাতে তার কর্মজীবন শুরু করেন। তার প্রথম মহাকাশ যাত্রা শুরু হয় ১৯৯৭ খ্রিষ্টাব্দের ১৯ নভেম্বর। তিনিই প্রথম ভারতীয় মহিলা হিসেবে এই কৃতিত্ব অর্জন করেন।.

hope it helps...

Answered by sara122
2

 \large \tt \underline{❀basic  \: information❀}

 \bigstar  \tt \underbrace \red{জন্ম} \bigstar

  • ১৭ মাৰ্চ, ১৯৬২ কৰ্নাল, পূব পঞ্জাব, ভাৰত(বৰ্তমানৰ হাৰিয়ানা, ভাৰত)

\bigstar  \tt \underbrace \red{মৃত্যু} \bigstar

  • ১ ফেব্ৰুৱাৰী, ২০০৩ (৪০ বছৰ)

\bigstar  \tt \underbrace \red{শিক্ষানুষ্ঠান} \bigstar

  • ইউনিভাৰ্ছিটি অৱ টেক্সাছ এট্ আৰ্লিংটন
  • পঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয়
  • ইউনিভাৰ্ছিটি অৱ ক'ল'ৰাড’ বোল্ডাৰ

  \\ \huge \bigstar{ \underline{ \underline  \green{কল্পনা চাওলা}}} \bigstar \\  \\

১৯৬২ চনৰ ১৭ মাৰ্চ তাৰিখে ভাৰতৰ কৰ্নাল নামে ঠাইত কল্পনা চাওলাৰ জন্ম হৈছিল।কল্পনা চাওলাৰ আনুষ্ঠানিক জন্ম তাৰিখ ১৯৬১ চনৰ ১ জুন। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ তেওঁৰ জন্মৰ তাৰিখ সলনি কৰা হৈছিল।কল্পনা চাওলাৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে বনাৰসী লাল চাওলা আৰু সংগীতা চাওলা। কল্পনা চাওলা আছিল তেওঁলোকৰ আটাইতকৈ সৰু সন্তান। কল্পনা চাওলাৰ সুনীতা আৰু দীপা নামে দুজনী ভনী আৰু সঞ্জয় নামে এজন ভাতৃ আছিল।উল্লেখযোগ্য যে জন্মৰ পাছতেই কল্পনা চাওলাৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম “ম’ণ্টু” ৰাখিছিল, কিন্তু তিনি বছৰ বয়সত কল্পনা চাওলাই “কল্পনা” নামটো আনুষ্ঠানিক নাম হিচাপে বাছি লয়।

কল্পনা চাওলাই কৰ্নালৰ টেগোৰ বাল নিকেতন স্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰোপৰি তেওঁ কৰ্নালৰ দয়াল সিং কলেজ আৰু ডাভ কলেজ ফৰ ৱুমেনতো শিক্ষা গ্ৰহণ কৰিছিল। ভাৰতৰ পঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈমাণিকী অভিযান্ত্ৰিকী বিষয়ত স্নাতক ডিগ্ৰী (BSc) লাভ কৰাৰ পাছত তেওঁ ১৯৮২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু ১৯৮৪ চনত ইউনিভাৰ্ছিটি অৱ টেক্সাছ এট্ আৰ্লিংটনৰ পৰা এৰ'স্পেছ অভিযান্ত্ৰিকী বিষয়ত স্নাতকোত্তৰ (MSc) ডিগ্ৰী লাভ কৰে।১৯৮৬ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু ১৯৮৮ চনত ইউনিভাৰ্ছিটি অৱ ক’ল'ৰাড’ বোল্ডাৰৰ পৰা এৰ'স্পেছ অভিযান্ত্ৰিকী বিষয়ত পি এইচ ডি লাভ কৰে।

২০০৩ চনৰ ১ ফেব্ৰুৱাৰীত সংঘটিত স্পেছ শ্বাটল্ কলম্বিয়া দুৰ্ঘটনাত ছয়জন মহাকাশচাৰীসহ কল্পনা চাওলাৰ মৃত্যু হয়। মহাকাশত এছ টি এছ-১০৭ (STS-107) অভিযান সমাপ্ত কৰি পৃথিৱীত অৱতৰণ কৰাৰ কেইমুহূৰ্তমান আগতে স্পেছ শ্বাটল্ কলম্বিয়া ধ্বংসপ্ৰাপ্ত হয়। দুৰ্ঘটনাটোত কল্পনা চাওলাৰ সৈতে নিহত হোৱা বাকী ছয়জন মহাকাশচাৰী আছিল ক্ৰমে কমাণ্ডাৰ ৰিক ডি. হাজবেণ্ড, পাইলট উইলিয়াম চি. মেককুল, পেলোড কমাণ্ডাৰ মাইকেল পি. এণ্ডাৰছন, পেলোড বিশেষজ্ঞ ইলান ৰামোন (প্ৰথম ইজৰাইলী মহাকাশচাৰী), অভিযান বিশেষজ্ঞ ডেভিড এম. ব্ৰাউন আৰু আন এজন অভিযান বিশেষজ্ঞ লৰেল বি. ক্লাৰ্ক।

 \\  \\

Similar questions