Explain it -
( 1 ) য'তে বাঘৰ ভয়, ত’তে ৰাতি হয়।
Answers
Answered by
14
বাঘ হিংস্র জন্তু। সেয়েহে বাঘ মানুহে ভয় কৰে। কিন্তু কেতিয়াবা এনেকুৱাও হব পাৰে যে যত বাঘ ওলাই ত’তেই ৰাতি হ'ব পাৰে। অর্থাৎ যি ঠাইত মানুহে বিপদ হােৱাটো বাঞ্ছা নকৰে ঠিক সেই ঠাইতে বিপদৰ আগমন ঘটা কথাটোৰ ইংগিত ফকৰাটিয়ে বহন কৰিছে।
♡ HOPE IT HELPS ♡
Answered by
5
বাঘ হিংস্র জন্তু। সেয়েহে বাঘ মানুহে ভয় কৰে। কিন্তু কেতিয়াবা এনেকুৱাও হব পাৰে যে যত বাঘ ওলাই ত’তেই ৰাতি হ'ব পাৰে। অর্থাৎ যি ঠাইত মানুহে বিপদ হােৱাটো বাঞ্ছা নকৰে ঠিক সেই ঠাইতে বিপদৰ আগমন ঘটা কথাটোৰ ইংগিত ফকৰাটিয়ে বহন কৰিছে।
Similar questions