have any assamese people
ক সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা
Answers
Answered by
3
hope it will help you plz mark this as a brianliest answer. THANK YOU
Attachments:
anonymousthanks1:
THANK you
Answered by
4
অংকন প্ৰণালী:-
ঢাপ ১:- এটা স্থিৰ বিন্দু A ৰ পৰা 9.3 একক দূৰত্বত B বিন্দুলৈ এটা ৰেখা অংকণ কৰা হ'ল মাতে AB=9.3
ঢাপ ২:-B বিন্দুৰ পৰা এক একক দূৰত্বত এটা বিন্দু C চিহ্নিত কৰা হ'ল ।
ঢাপ ৩:- AC ৰ মধ্যবিন্দুক O ৰে চিহ্নিত কৰা হ'ল আৰু O ক কেন্দ্ৰ কৰি OC ক ব্যাসাৰ্ধ হিচাপে লৈ এটা অৰ্ধবৃত্ত অংকণ কৰা হ'ল।
ঢাপ ৪:- ACৰ ওপৰত B বিন্ধুত এডাল লম্ব টনা হ'ল আৰু এই লম্বটোৱে অৰ্ধবৃত্তটোৰ D বিন্দুত কাটে । গতিকে BD= under root 9.3
ঢাপ ৫:- এতিয়া, AC ৰেখাডাল সোফালে বৰাই দিয়া হ'ল ।
. BC ক সংখ্যা ৰেখা হিচাপে লৈ B ক শূণ্য আৰু C ক এক হিচাপে বিবেচনা কৰা হ'ল ।
ঢাপ ৫:- B ক কেন্দ্ৰ কৰি BD ব্যাসাৰ্ধ লৈ এটা অৰ্ধবৃত্ত অংকণ কৰা হ'ল যিয়ে সংখ্যাৰেখাটোৰ E বিন্দুত কাটিছে ।
. .°. E বিন্দুয়ে
ক বুজাইছে ।
hope it will help you . Plz mark this as a brianliest answer. THANK YOU......

Similar questions