Math, asked by payeldipali87, 5 hours ago

চলৰ ভগ্নাংশবােৰক উর্ধক্ৰমত সজোৱা।
i)
6 11 2
2 19 14
13' 13 13 13
13 13
2.
4 3
1 6
1
(iii)
1
3
5
4
6
সজোৱা।​

Answers

Answered by ad0812253
0

okkk

Step-by-step explanation:

sry which language is this i dont know

Answered by gyaneshwarsingh882
0

Answer:

Please mark me as brainliest

Step-by-step explanation:

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নেভিগেশ্যনলৈ যাওকসন্ধানলৈ যাওক

এটা কেকৰ এক চতুৰ্থাংশ এৰুৱাই নিয়াৰ পাছত, বাকী থকা তিনি চতুৰ্থাংশ চিত্ৰত দেখা গৈছে। বিচ্ছিন্ন ৰেখাদ্বয়ে কেকটো সমানে কৰা ভাগসমূহক বুজাইছে। প্ৰতিটো ভাগক ¼ ভগ্নাংশটোৰে বুজোৱা হয়।

এটা ভগ্নাংশই (Latin: fractus, "broken") এটা অখণ্ড সংখ্যা বা সাধাৰণভাবে, যিকোনো এটা সংখ্যাক সমানে কৰা ভাগসমূহক বুজায়। দৈনন্দিন ব্যৱহাৰিক ক্ষেত্ৰত কোনো এটা বস্তুৰ কিমান অংশক লোৱা হৈছে তাক বুজাবলৈ ভগ্নাংশ ব্যৱহাৰ কৰা হয়; যেনে— আধা, দুই তৃতীয়াংশ, তিনি পঞ্চমাংশ, এক চতুৰ্থাংশ ইত্যাদি।

এটা সৰল ভগ্নাংশ, যেনেএটা অখণ্ড সংখ্যা লৱ আৰু এটা অশূন্য অখণ্ড সংখ্যা হৰ হিচাপে লৈ গঠিত হয়— লৱটোৱে সমান সংখ্যক ভাগ কিমান লোৱা হ’ল তাক বুজাই আৰু হৰটোৱে কিমান ভাগ কৰা হ’ল তাক বুজায়। উদাহৰণস্বৰূপে, 3/4ত হৰ 4 আৰু লৱ 3; ইয়াত 4য়ে সমানে চাৰি ভাগ কৰা বুজাইছে আৰু 3য়ে সেই সমান ভাগসমূহৰ পৰা তিনি ভাগ লোৱা বুজাইছে।

ভগ্নাংশসমূহৰ হৰ আৰু লৱৰে বুজোৱাৰ উপৰি দশমিকৰ সহায়ত, শতাংশ চিন ব্যৱহাৰ কৰি বা ঋণাত্মক সূচক ব্যাৱহাৰ কৰিও বুজোৱা হয়। (যেনে— একাদিক্ৰমে 0.01, 1%, আৰু 10−2। এই তিনিওটা উপস্থাপনেই 1/100 ভগ্নাংশটো বুজাইছে। ) এটা অখণ্ড সংখ্যা, যেনে 7কো 1ক হৰ হিচাপে লৈ ভগ্নাংশৰূপত পাব পাৰি: 7 = 7/1।

ভগ্নাংশৰ আন ব্যৱহাৰসমূহ হ’ল— অনুপাত আৰু হৰণৰ প্ৰকাশৰ বাবে।[1] এইদৰেই 3/4 ভগ্নাংশটো অনুপাত 3:4 আৰু হৰণফল 3 ÷ 4 ক বুজাবলৈ ব্যৱহাৰ কৰা হয়।

গণিতত a/b আকাৰে (য’ত a আৰু b হ’ল অখণ্ড সংখ্যা আৰু b অশূন্য) প্ৰকাশ কৰিব পৰা সংখ্যাবোৰৰ সংহতিটোক পৰিমেয় সংখ্যাৰ সংহতি বোলে আৰু ইয়াক Q ৰে বুজোৱা হয়, যিটো ইংৰাজী ভাষাৰ quotient ৰ পৰা আহিছে। এটা সংখ্যা পৰিমেয় হয় নে নহয় তাক পৰীক্ষা কৰিবলৈ এটা ভগ্নাংশ ৰূপত লিখিবলৈ বিচৰা হয়। অৱশ্যে পৰিমেয় সংখ্যাৰ বাহিৰেও আন কিছুমান গাণিতিক ৰাশিক প্ৰকাশ কৰিবৰ বাবে ভগ্নাংশৰ ধাৰণা ব্যৱহাৰ কৰা হয়; যেনে, বীজগণিতীয় ভগ্নাংশ (দুটা বীজগণিতীয় ৰাশিৰ অনুপাত), অপৰিমেয় সংখ্যাযুক্ত ৰাশি, যেনে √2/2 আৰু π/4।

Similar questions