Math, asked by XxCharmingGuyxX, 4 months ago

iv) ঘাইপথ এটাৰ ওপৰৰ দুখন ঠাই A আৰু Bৰ দূৰত্ব 100 কি.মি.; এখন গাড়ী Aৰ পৰা
আৰু একে সময়তে আন এখন গাড়ী Bৰ পৰা ৰাওনা হয়। যদি গাড়ী দুখনে একে
দিশলৈ বেলেগ বেলেগ দ্রুতিৰে যাত্ৰা কৰে, তেন্তে ইহঁত 5 ঘণ্টাৰ পিছত লগ হয়। যদি
সিহঁতৰ এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে, তেন্তে সিহঁত 1 ঘন্টা পিছত লগ হয়।
গাড়ী দুখনৰ প্রত্যেকৰে দ্রতি কিমান ?​

Answers

Answered by hemantabaruah23
2

your answer ⬆️

mark this answer as Brainlist

Attachments:
Answered by kritee88
2

Answer:

Hope this will help you...

Attachments:
Similar questions