এটা ধাতুৱে (Mg বাদ দি) কিয় নাইট্রিক এছিডৰ লগত বিক্রিয়া কৰি H2 গেছ উৎপন্ন কৰিব নােৱাৰে ?
Answers
Answered by
0
Answer:
Hydrogen gas is not evolved when a metal reacts with nitric acid. It is because HNO3 is a strong oxidising agent. It oxidises the H2 produced to water and itself gets reduced to any of the nitrogen oxides (N2O, NO, NO2). But magnesium (Mg) and manganese (Mn) react with very dilute HNO3 to evolve H2 gas.
Explanation:
Answered by
3
Answer:
নাইট্রিক এচিডৰ লগত ধাতু এটাই বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন নহ'য়। কাৰণ নাইট্ৰিক এচিড এবিধ জাৰক পদাৰ্থ। ই উৎপন্ন হোৱা হাইড্ৰজেন গেছক জাৰিত কৰে আৰু নিজে নাইট্ৰজেনৰ যিকোনো এটা অক্সাইড (NO2,NO,NO3)লৈ বিজাৰিত হয়।
Explanation:
Hope this will help you
Similar questions