India Languages, asked by gitasingh4644, 22 days ago

Navodaya vidyalaya pledge in Assamese ---

ভাৰতবৰ্ষ মোৰ দেশ । সকলো ভাৰতীয় মোৰ ভাই- ভনী । মই মোৰ দেশক প্ৰানতকৈয়ো বেছি ভাল পাওঁ । ইয়াৰ ঐশ্বৰ্য্য আৰু বিভূতিৰ বাবে মই সদাই গৌৰৱ অনুভৱ কৰোঁ । মই মোৰ মাঁ - দেউতা , শিক্ষক - শিক্ষ‌য়িত্ৰী আৰু মোতকৈ ডাঙৰ সকলক শ্ৰদ্ধা তথা নম্ৰভাৱে ব্যৱহাৰ কৰিম । মই মোৰ দেশৰ উপযুক্ত সন্তান হ'বলৈ চেষ্টা কৰিম। মতৃভূমি আৰু দেশবাসীৰ মংগলেই মোৰ মংগল । জয় হিন্দ

Answers

Answered by ghoshayushman8
0

thanks for giving it i am very proud of you pls mark me as the BRAINLIEST

Similar questions