NAVODAYA VIDYALAYA SAMITI
ANNUAL EXAMINATION
(SESSION-2020-21)
SUBJECT- ASSAMESE (COURSE B) SET-1
CLASS-VIII
MAXIMUM MARKS: 80
TIME: 3 H
1x20=
১। তলৰ প্ৰশ্নবােৰৰ শুদ্ধ উত্তৰটো বিচাৰি লিখাঃ-
(Choose the correct answer of the following questions)
1. পদূলি মুখত কি ফুল ফুলে ?
(ক) গােলাপ
(থ) তগৰ
(গ) গধূলিগােপাল
Answers
Answered by
1
Answer:
i am also navodaya
Explanation:
ব’হাগ মানে বসন্ত ঋতু। এই ঋতুৱে বতাহত বিয়পাই ন কৈ ফুলা ফুলৰ সুৱাস। যাৰ ৰাগিয়ে মতলীয়া কৰে ডেকা-গাভৰুক। এবুকু মৰমেৰে চেনাইয়ে নাচনীজনীৰ খোপাত গুজি দিয়া কপৌ ফুল পাহে সোৱৰাই দিয়ে ভালপোৱাৰ গভীৰতা। বিহু গীতৰ মাজেৰে মূৰ্ত প্ৰকাশ ঘটা এই ভালপোৱা আৰু কপৌ ফুলপাহৰ সম্পৰ্কতো এনেদৰে সজীৱ হয়-
“পাহাৰ বগাই বগাই
জান ঐ কপৌ ফুল মই আনিছো
জান ঐ কপৌ ফুল মই আনিছো
জান ঐ নলও বুলি নকবা দেই…”
Similar questions