Physics, asked by abcdefghijabagohain, 5 months ago

পদার্থবিজ্ঞান (physics) চমুটোকা in Assamese ​

Answers

Answered by BrainlyAnyu
3

ত্তৰ❥︎

বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ভিতৰত অন্যতম হৈছে পদার্থ বিজ্ঞান। বেছিভাগ ছাত্র-ছাত্ৰীয়ে পদার্থ বিজ্ঞানৰ নিচিনা বিষয় বাছনি নকৰে যদিও এই বিষয় অধ্যয়ন কৰি বিভিন্নজনে বিভিন্ন ধৰণৰ কেৰিয়াৰ গঢ়িব পাৰে। পদার্থ বিজ্ঞান অধ্যয়ন কৰাৰ পিছত যে কোনোবাই কেবল শিক্ষকতা কৰিবলগীয়া হ’ব তেনেকুৱা নহয়।

পদাৰ্থ বিজ্ঞানত স্নাতক বা স্নাতকোত্তৰৰ পাঠ্যক্ৰম সমাপ্ত কৰাৰ পিছত ছাত্র-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। বেছিভাগেই বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় আদিত শিক্ষকতা তথা বিভিন্ন গবেষণা কেন্দ্ৰৰ লগত জড়িত হোৱা দেখা যায়।

Hope it's help u❤️...

কিবা বুজি নাপালে, আৰু সুধিব পাৰা シ︎

মই ও অসমৰ এই হয়..

_____________________

Similar questions