Science, asked by asdfghjk17, 3 months ago

অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?

PLEASE DON'T ANSWER IF YOU DON'T KNOW ​

Answers

Answered by Anonymous
2

Answer:

একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে । তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায় । তেনে এগৰাকী ব্যক্তি হ'ল অৰুণিমা সিনহা

Answered by pooja14365
12

ৰেলযাত্ৰাত দুৰ্বত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুওৱা অৰুণিমা সিনহাৰ মনত হস্পিতালৰ বিছনাত শুই থাকোতেঁই হিমালয় শৃংগলৈ উঠাৰ সপোন তীব্ৰ হবলৈ ধৰিলে । এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব। চাৰি মাহৰ মূৰত তেওঁ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰী পালৰ ওচৰ পালেগৈ।

বাচেন্দ্ৰী পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালিজনিৰ দুচকুত সপোন , প্ৰত্যাহবান আৰু আত্মপ্ৰত্যয়ৰ ভৱে তেওঁৰ মনতো বিশ্বাস জন্মালে যে সঠিক প্ৰশিক্ষণ আৰু সহাস পালে,এগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হব পাৰিব। অৱশেষত টাটা ষ্টীল এডভেঞ্ছাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্বাবধানত অনুশীলন চলিল আৰু ২০১৩ চনৰ ২১ মেত

তেওঁমাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হল।

Similar questions