Q.এটা গোলকৰ আয়তন 27 গুণ বৃদ্ধি কৰিলে , ব্যাসাধ বৃদ্ধি হ'ব →
1.দুগুণ
2.তিনিগুণ
3.চাৰিগুণ
4.পাচগুণ
plz give me the answer with explanation..
This is only for Assamese .
plz don't spam ❌
if u don't know
Answers
Answered by
5
Answer:
2. তিনিগুণ
Step-by-step explanation:
Hope this will help you. Plz mark me as brainliest.
Attachments:
Answered by
12
ANSWER :
❖ 2. তিনিগুণ
- ✎ এটা গোলকৰ আয়তন 27 গুণ বৃদ্ধি কৰিলে , ব্যাসাৰ্ধ বৃদ্ধি হ'ব → তিনিগুণ ।
_________________________________________________________
SOLUTION :
নিৰ্ণয় কৰিব লাগে,
- এটা গোলকৰ আয়তন 27 গুণ বৃদ্ধি কৰিলে , ব্যাসাৰ্ধ কিমান গুণে বৃদ্ধি হ'ব ?
ধৰা হ'ল,
- পুৰণি গোলকৰ ব্যাসাৰ্ধ = r
- নতুন গোলকৰ ব্যাসাৰ্ধ = R
আমি জানো যে,
- ★ গোলকৰ আয়তন = × π × (ব্যাসাৰ্ধ)³
উক্ত সূত্ৰটো ব্যৱহাৰ কৰি পাওঁ,
- ➺ পুৰণি গোলকৰ আয়তন = × π × r³
- ➺ নতুন গোলকৰ আয়তন = × π × R³
প্ৰশ্নমতে,
- ✪ নতুন গোলকৰ আয়তন = 27 × পুৰণি গোলকৰ আয়তন
➜ × π × R³ = 27 × ( × π × r³ )
➜ R³ = 27 × r³
➜ R³ = (3)³ × r³
➜ R³ = (3r)³
➜ R = 3r
- ∴ নতুন গোলকৰ ব্যাসাৰ্ধ = 3 × পুৰণি গোলকৰ ব্যাসাৰ্ধ
গতিকে,
- নতুন গোলকৰ ব্যাসাৰ্ধ তিনিগুণে বৃদ্ধি পাব।
Similar questions