Math, asked by 20dipankarsaikia04, 4 days ago

Q.এটা গোলকৰ আয়তন 27 গুণ বৃদ্ধি কৰিলে , ব্যাসাধ বৃদ্ধি হ'ব →

1.দুগুণ
2.তিনিগুণ
3.চাৰিগুণ
4.পাচগুণ

plz give me the answer with explanation..


This is only for Assamese .

plz don't spam ❌
if u don't know​

Answers

Answered by kritee88
5

Answer:

2. তিনিগুণ

Step-by-step explanation:

Hope this will help you. Plz mark me as brainliest.

Attachments:
Answered by TRISHNADEVI
12

ANSWER :

 \\

❖ 2. তিনিগুণ

  • ✎ এটা গোলকৰ আয়তন 27 গুণ বৃদ্ধি কৰিলে , ব্যাসাৰ্ধ বৃদ্ধি হ'ব → তিনিগুণ

_________________________________________________________

SOLUTION :

 \\

নিৰ্ণয় কৰিব লাগে,

  • এটা গোলকৰ আয়তন 27 গুণ বৃদ্ধি কৰিলে , ব্যাসাৰ্ধ কিমান গুণে বৃদ্ধি হ'ব ?

ধৰা হ'ল,

  • পুৰণি গোলকৰ ব্যাসাৰ্ধ = r

  • নতুন গোলকৰ ব্যাসাৰ্ধ = R

আমি জানো যে,

  • গোলকৰ আয়তন = \sf{\dfrac{3}{4}} × π × (ব্যাসাৰ্ধ)³

 \\

উক্ত সূত্ৰটো ব্যৱহাৰ কৰি পাওঁ,

  • ➺ পুৰণি গোলকৰ আয়তন = \sf{\dfrac{3}{4}} × π × r³

  • ➺ নতুন গোলকৰ আয়তন = \sf{\dfrac{3}{4}} × π × R³

প্ৰশ্নমতে,

  • নতুন গোলকৰ আয়তন = 27 × পুৰণি গোলকৰ আয়তন

\sf{\dfrac{3}{4}} × π × R³ = 27 × ( \sf{\dfrac{3}{4}} × π × r³ )

➜ R³ = 27 × r³

➜ R³ = (3)³ × r³

➜ R³ = (3r)³

R = 3r

  • নতুন গোলকৰ ব্যাসাৰ্ধ = 3 × পুৰণি গোলকৰ ব্যাসাৰ্ধ

গতিকে,

  • নতুন গোলকৰ ব্যাসাৰ্ধ তিনিগুণে বৃদ্ধি পাব।
Similar questions