Science, asked by assanali785, 9 months ago

Q.9 ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তনত কি কি ঘটনা
ঘটিব পাৰে,, প্রত্যেকৰে দুটাকৈ ঘটনা লিখা 2 + 2 = ৫
Q.10 উদ্ভিদত বর্জিত দ্রব্যৰ অপসাৰণবােৰ কি কি? 3
Q.11 বিজুলী-ধেৰেকনিৰ সময়ত ঘৰৰ ভিতৰত ল'ৰ
লগা সাৱধানতা কি কি?
Q.12 তেজত থকা ৰক্তকণিকাৰােবাৰৰ বিষয়ে চমুকৈ
লিখা।
4
Q.13 ৰক্তবাহিকা কেইপ্ৰকাৰৰ? প্রতিবিধৰ বিষয়ে
চমুকৈ লিখা।
Q.14 মৌচুমী বতাহ কেনেদৰে উৎপত্তি হয় বর্ণনা
করা II​

Answers

Answered by Anonymous
0

Answer:

সায়নিক যৌগ (ইংৰাজী: Chemical compound) হৈছে দুটা বা তাতোধিক ভিন্ন মৌল ৰাসায়নিক বন্ধনৰ দ্বাৰা লগলাগি সৃষ্টি হোৱা এক গঠন। মৌলবোৰ কিদৰে লগলাগে তাৰ ভিত্তিত চাৰি প্ৰকাৰৰ যৌগ গঠিত হয়: সহযোজী বান্ধনিৰ দ্বাৰা, লৱনসমূহ আয়নিয় বান্ধনিৰ দ্বাৰা, ধাতু সমূহ ধাতৱ বান্ধনিৰ দ্বাৰা আৰু কিছুমান জটিল যৌগ সমন্বয়ী সহযোজী বান্ধনিৰ দ্বাৰা।

নিৰ্দিষ্ট যোগৰ ৰাসায়নিক সংকেতৰ দ্বাৰা যৌগটো গঠন হোৱা মৌলসমূহৰ অনুপাত, মৌলসমূহৰ চমুনাম, আৰু মৌলসমূহৰ সংখ্যা প্ৰকাশ কৰা হয়। উদাহৰণ স্বৰূপে, পানী এবিধ যৌগ আৰু ইয়াৰ গঠন হ'বলৈ দুটা হাইড্ৰ'জেনৰ মৌল আৰু এটা অক্সিজেনৰ মৌল লাগে: ইয়াৰ ৰাসায়নিক সংকেত হৈছে H২O। দুটা ভিন্ন যৌগ লগলাগি এটা বা একাধিক অন্য যৌগৰ সৃষ্টি হ'ব পাৰে, এই পৰিঘটনাক ৰাসায়নিক বিক্ৰিয়া বোলে। এই পক্ৰিয়াত যৌগৰ মৌলসমূহৰ মাজৰ বান্ধনি ভাগি যায় আৰু মৌলসমূহ পুনৰ নতুনকৈ বান্ধনিৰ দ্বাৰা লগ লাগি নতুন যৌগ গঠন কৰে। সাংকেতিকভাৱে এই প্ৰক্ৰিয়াক AB + CD --> AC + BD হিচাপে বৰ্ণনা কৰিব পাৰি, য'ত A, B, C, আৰু D প্ৰতিটো একক পৰমানু; আৰু AB, CD, AC, আৰু BD প্ৰতিটোৱে হৈছে একক যৌগ। একাধিক একেধৰনৰ মৌল লগলাগিলে তাক যৌগ বুলি কোৱা নহয়, মৌল বুলিয়েই কোৱা হয়, যেনে হাইড্ৰ'জেনৰ দ্বিপৰমানুবিশিষ্ট মৌল (H২) আৰু ছালফাৰৰ বহু পৰমানুবিশিষ্ট মৌল (S৮)।

ফেইচবুকত প্ৰচাৰ কৰক!

টুইটাৰত প্ৰচাৰ কৰক!

সংক্ষিপ্ত ইউ.আৰ.এল. প্ৰতিলিপি কৰক

শ্ৰেণী: ৰসায়ন বিজ্ঞান

Explanation:

Similar questions