Math, asked by atikulali705, 7 hours ago

মনত পেলোৱা যে r সংজ্ঞা দিওঁতে ইয়াক এটা বৃত্তৰ পৰিধি আৰু সেই বৃত্তৰ বিয়াশ অনুপাত বুলি কোৱা হৈছিল। অথাৰ rca দেখা গৈছে যে এই কথাই r যে অপৰিমেয় সেই তথ্যৰ বিৰোধিত কৰিছে এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা?​

Answers

Answered by xSoyaibImtiazAhmedx
1

প্ৰশ্নটো অলপ ভালকৈ লিখা ।

মানে তুমি কি জানিব বিচাৰিচা বুজি পোৱা নাই ।

আকৌ এবাৰ পোষ্ট কৰি চোৱা ।

Similar questions