some few lines on kati bihu in assam in assamese
Answers
Answered by
3
Answer:
কাতি বিহু খেতিৰ লগত জড়িত অন্যতম উত্সৱ।
এই বিহু কাতি মাহৰ প্ৰথম দিনটোত পালন কৰা হয়। কাতি বিহুক "কঙালী বিহু" বুলিও কোৱা হয়, কাৰন এই বিহু পালন কৰা সময়ত অসমৰ ৰাইজসকল "কঙাল" হয় পৰে।
কাতি মাহৰ প্ৰথম দিনটোৰ সন্ধিয়া, অসমৰ ৰাইজে খেতি পথাৰত চাকি জ্বলাই, যাতে তেওঁলোকৰ খেতিসমুহ ভাল হয়। মহিলাসকলে তুলখি গছৰ তলত, ঘৰলৈ যোৱা ৰাস্তাত চাকি-বন্তি, মম-বাতি ইত্যদি জ্বলাই মা লখীমিক আদৰে।।
Mark me BRAINLIEST and FOLLOW me
।।❣জয় আই অসম❣।।
Similar questions