India Languages, asked by lionchamp4, 7 months ago

TRANSLATE THE FOLLOWING INTO ENGLISH. (i) তােমাৰ চিঠিখন কালি পালাে।
(ii) এইমাত্র তােমালৈ এখন চিঠি লিখিছাে।
(iii) তুমি চিঠি লিখি ভালপােৱা, নহয়নে বাৰু?
(iv) যদি গৰমৰ বন্ধত আহা, তােমাৰ লগত শ্বিলঙলৈ যাম
(v) শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল।
(vi) আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে।
(vii) বৰষুণ শস্যৰ কাৰণে ভাল।
(viii) এইবাৰ বানপানীত বহুত শস্য নষ্ট হ’ল।
(ix) তুমি সাঁতুৰিব জানানে?
(x) দেউতাই কৈছিল, “সাঁতােৰা এটা ভাল ব্যায়াম
(xi) আমাৰ স্কুলত এখন খেলপথাৰ আছে।
(xii) আমি তাত ফুটবল খেলোঁ।
(ciii) স্কুলৰ খেল প্রতিযােগিতাবােৰ ইয়াত পতা হয়।
(xiv) যােৱা বছৰ ৪০০ মিটাৰ দৌৰত মই প্রথম হৈছিলো
(xv) তােমালােকৰ স্কুলত খেলপথাৰ আছে নে ?​

Answers

Answered by abhilekha88
2

Explanation:

i.I got your letter yesterday.

2.I just wrote a letter to you.

3.You like writing letterr , right?

4.Shillong's atmosphere is better than Gauhati.

5.Due to rain , crops are good.

6.Due to flood,many crops destroyed.

7. Do you know how to swim?

8.Father said , "swimming is a good exercise".

9.We have a playground in our school.

10.We play football there.

11.Our school's compitition held here

12. In previous year , I got first position in 400 meter race.

13. Do you have a playground in your school?

Similar questions