Math, asked by habibulrohman016, 7 months ago

V$
আকৌ, সমকোণী APBD, AB = 45
সেয়েহে, BD
PD = 3 মিটাৰ
BD + AD = 3 + 3/3 = 3 (1 +
গতিকে, নদীখনৰ প্ৰস্থ 3(/3 +1) মিটাৰ।
এতিয়া, AB
অনুশীলনী 9.1
1. ভূমিলৈ এটা উলম্ব খুঁটিৰ শীৰ্ষৰপৰা টানকৈ টনা আৰু
বন্ধা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন
চার্কাচ কৌশলীয়ে বগাই আছে। ৰছীডালে ভূমি সমতাৰ
লগত উৎপন্ন কৰা কোনটো 30° হলে, খুঁটিটোৰ উচ্চতা
নির্ণয় কৰা (চিত্র 9.11চোৱা)।​

Answers

Answered by revathiharish1981
2

Answer:

২৬ মিটাৰ

Step-by-step explanation:

মানুহ জনে নিজৰ পূৰ্বৰ অবস্থানৰ পৰা 10 মিটাৰ পুবে গ'ল আৰু তাৰ পৰা 90` কোণ কৰি 24 মিটাৰ উত্তৰে গ'ল। এতেকে যদি আমি কোণ টো অংকন কৰি চাও তেন্তে ইয়াৰ অতিভুজ ডাল 26মিটাৰ হ'ব।

অনুগ্ৰহ কৰি মূল্যাংকন কৰিব।

Similar questions