Chemistry, asked by karan7437, 10 months ago

মলত্যাগ কাৰ্যক কিহে নিয়ন্ত্ৰণ কৰে?
warning:It is assamese languge .If u don't know the languge don't try to answer it plz .......​

Answers

Answered by Sumanjitroy2
6

আমাৰ দেহত যেতিয়া খাদ্য পাচন হয় তেতিয়া অলাগতিয়াল পদাৰ্থবোৰ বা মলত্যাগ কাৰ্য বৃহদান্ত্ৰৰে আহি পায়ুৰে বাহিৰ হৈ যায় ।

Mark me as brainliest.

hope its helpfull.

Answered by kritee88
7

Answer:

মলত্যাগ কাৰ্যক স্ফিনক্তাৰ পেশীয়ে নিয়ন্ত্ৰণ কৰে।

Explanation:

Hope this will help you.

Similar questions