Math, asked by majumdarpinku5, 1 month ago

অখণ্ড সংখ্যাবোৰক বুজাবলৈ ব্যৱহাৰ কৰা z প্ৰতীকটো কৰ পৰা লোৱা হৈছে ?​

Answers

Answered by ATTITUDEMAYANK
3

Answer:

যিবোৰ সংখ্যাৰ কোনো ভগ্নাংশ নাথাকে সেইবোৰক "অখণ্ড সংখ্যা" বোলা হয়।[1] যেনে:- ১, -৭, ১৪ ইত্যাদি। ৯.৭৫, ৫

, √২ আদি অখণ্ড সংখ্যা নহয়। অখণ্ড সংখ্যাৰ সংখ্যা অসীম।

Answered by Kritee35
0

Answer:

অখণ্ড সংখ্যা (Integers) :

0 লগতে আটাইবোৰ স্বাভাৱিক সংখ্যা আৰু হঁতৰ বিয়োগাত্মক সংখ্যাবোৰক অখণ্ড সংখ্যা বোলে

অখণ্ড সংখ্যাবোৰক বা অখণ্ড সংখ্যাৰ সংহতিটোক বুজাবলৈ ব্যৱহাৰ কৰা 'Z' প্ৰতীকটো জাৰ্মান শব্দ ' Zahlen ' পৰা লোৱা হৈছে , যাৰ অৰ্থ হ'ল–' সংখ্যাবোৰ '

*অখণ্ড সংখ্যাৰ সংহতিটো হ'ল

Z = { 0, 1, 2, 3, 4, 5,......... }

Step-by-step explanation:

শা কৰোঁ উত্তৰটোৱে সহায় কৰিব।

Plz mark me as brainliest & fo-ll-ow me for correct answers..

Similar questions