Hindi, asked by gitmala, 9 months ago

অৰ্ধযুক্তৰাষ্ট্ৰীয় কাক বোলে?​

Answers

Answered by hemantabaruah23
0

Answer:

যি ৰাষ্ট্রৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যৰ লগতে এককেন্দিক চৰকাৰৰো বৈশিষ্ট্য একাত্ম হৈ থাকে তাকে " অর্ধ যুক্তৰাষ্ট্ৰীয় শাসন " বোলা হয়।

mark this answer as Brainlist

Similar questions