Hindi, asked by dipanjolikurmi05, 2 months ago

শীলন
আমাৰ খাদ্যৰ প্ৰধান পৰিপােষকসমূহৰ নাম উল্লেখ কৰা।​

Answers

Answered by Avidhabanerjee4
1

আমিষভোজী বা নিৰামিষভোগী সকলোৱেই সহজেই প্রটিন গ্রহণ কৰিব পাৰে। প্রাণীজ খাদ্য, যেনে— মাংস আৰু গাখীৰ আৰু খাদ্য-শস্য, যেনে— সেউজীয়া শাক-পাচলি, চজিনা, বিন, ছয়াবিন, সতেজ ফল-মূল আদিয়েই প্ৰটিনৰ প্ৰধান উৎস। ইয়াৰোপৰি আটাৰ পৰা তৈয়াৰ কৰা খাদ্য, গাখীৰৰ পৰা প্রস্তুত খাদ্য মাখন, দৈ, কণী, দাইল আদিতো প্ৰচুৰ প্ৰটিন পোৱা হয়।

Similar questions