Science, asked by atikulali705, 5 hours ago

সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য সমূহ আলোচনা কৰা?​

Answers

Answered by navyamanikandan
12

Answer:

পদাৰ্থ বুলিলে কি বুজা ?

উত্তৰ:- যিবোৰ বস্তুৰ নিজা ভৰ আৰু আয়তন আছে, তাকে পদাৰ্থ বোলা হয়।

2. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।

উত্তৰ:- সমসত্ব মিশ্ৰণ এটাৰ সং‌‍যুতি ইয়াৰ সকলো অংশতে সমান হয়। আনহাতে অসমসত্ব মিশ্ৰণ এটাৰ সং‌‍যুতি মিশ্ৰণ টোৰ সকলো অংশতে সমান নহয়।

দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণ হৈ দ্ৰৱৰ সৃষ্টি কৰে। আনহাতে দুই বা ততোধিক পদাৰ্থৰ অসমসত্ব মিশ্ৰণৰ ফলত প্ৰলম্বনৰ সৃষ্টি হয়।

প্ৰশ্নাৱলী

1.উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা।

উত্তৰ:- সমসত্ব মিশ্ৰণ এটাৰ সং‌‍যুতি ইয়াৰ সকলো অংশতে সমান হয়। উদাহৰণ -নিমখৰ পানী আৰু চেনিৰ পানী। আনহাতে অসমসত্ব মিশ্ৰণ এটাৰ সং‌‍যুতি মিশ্ৰণ টোৰ সকলো অংশতে সমান নহয়।

উদাহৰণ - পানী আৰু তেল, পানী আৰু বালি

2. কলয়ড, দ্ৰবণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি ?

উত্তৰ:-

ধৰ্ম প্ৰকৃতি কণিকাৰ আকাৰ দৃশ্যমান টিণ্ডেলৰ প্ৰভাৱ

কলয়ড কলয়ড অসমসত্ব মিশ্ৰণ কণিকাবোৰ বৰ সৰু কণিকাবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা যায়।

দেখুৱাই

দ্ৰৱণ দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ কণিকাবোৰ বৰ ক্ষুদ্ৰ কণিকাবোৰ দৃশ্যমান নহয়। নেদেখুৱাই

প্ৰলম্বন এবিধ অসমসত্ব মিশ্ৰণ কণিকাবোৰ খালী চকুৰে দেখি কণিকাবোৰ দৃশ্যমান হয় দেখুৱাবও পাৰে

Answered by kingofself
0

একটি সমজাতীয় মিশ্রণ হল সেই মিশ্রণ যাতে উপাদানগুলি একে অপরের সাথে মিশ্রিত হয় এবং এর গঠন সমগ্র দ্রবণ জুড়ে অভিন্ন। একটি ভিন্নধর্মী মিশ্রণ হল সেই মিশ্রণ যাতে কম্পোজিশন জুড়ে সমান থাকে না এবং বিভিন্ন উপাদান পরিলক্ষিত হয়।

Explanation:

সমজাতীয় মিশ্রণে, পুরো মিশ্রণটি একই পর্যায়ে থাকে যেখানে ভিন্নধর্মী মিশ্রণে, পদার্থ দুটি পর্যায়ের হতে পারে এবং স্তরগুলি পৃথক হতে পারে। সমজাতীয় মিশ্রণকে চিনির দ্রবণ বা লবণের দ্রবণ হিসেবে উদাহরণ হিসেবে বর্ণনা করা যেতে পারে যেখানে লবণ ও বালির মিশ্রণকে ভিন্নধর্মী মিশ্রণের উদাহরণ হিসেবে ব্যবহার করা যেতে পারে। তাদের অভিন্ন রচনা আছে সমজাতীয় মিশ্রণের উপাদানগুলি শারীরিকভাবে আলাদা নয়। তাদের অ-ইউনিফর্ম রচনা আছে। একটি ভিন্নধর্মী মিশ্রণের শারীরিকভাবে স্বতন্ত্র উপাদান রয়েছে।

Similar questions